Jump to content

User:IKHazarika/sandbox

From Wikipedia, the free encyclopedia

This is the current revision of this page, as edited by IKHazarika (talk | contribs) at 12:09, 9 May 2023. The present address (URL) is a permanent link to this version.

(diff) ← Previous revision | Latest revision (diff) | Newer revision → (diff)

জানিবলগীয়া শব্দ

আখৰৰ স্তৰত++++++++++++++++++ ++++++++++++++++++++++++++++

পাঠ ১

অ: অসম স: অসম ম: অসম আ: আই ই: আই ঈ: ঈগল গ: ঈগল ল: ঈগল আ-কাৰ: গাল, মাল, লাগ ই-কাৰ: গিল, গিলা, মিল, মিলা ঈ-কাৰ: অসমী আই, অসীম, সসীম (অ আৰু স প্ৰিফিক্সৰ ওপৰত টোকা: সম, অসম, মৰ, অমৰ)

পাঠ ২

শ: শহা হ: শহা, মহ, হল উ: উঠ, উঠা ঠ: উঠ, উঠা ৰ: ৰ, মৰ, মৰা, অহৰহ, সাগৰ ঊ: ঊঃ ঃ: ঊঃ উ-কাৰ: মুঠ, গুৰ, গৰু, গুৰু, লহু, শুসম ঊ-কাৰ: মূল ঋ: ঋষি ষ: ঋষি

পাঠ ৩

ঋ-কাৰ: মৃগ, হৃদ দ: হৃদ, দল, দাহ, দম, দৰ এ: এক, এৰ ক: এক, কৰ, কৰা, কৃষি এ-কাৰ: মেল, ঠেল, ঠেলা ঐ: ঐৰাৱত ৱ: ঐৰাৱত ঐ-কাৰ: নৈ ন: নৈ, নৰ, নাৰী ও: ওঁঠ, ওখ

পাঠ ৪

ঁ: ওঁঠ খ: ওখ, খৰ, ৰখ, সখা, সখী ও-কাৰ: কোন, মোৰ, তোৰ ত: তল, তাল, তেল, তৰা, মত, তলা ঔ: ঔ টেঙা ট: ঔ টেঙা, টেঙা ঙ: ঔ টেঙা, টেঙা, নঙঠা, আঙঠি ঔ-কাৰ: সৌৰ, মৌন, লৌহ, বৌ, নবৌ ব: বৌ, নবৌ, বহু

(অ': অ' অ'-কাৰ: ক'ত এ': এ' এ'-কাৰ: ৱে'ট, লে'ট টোকা হিচাপে)

পাঠ ৫

ঘ: ঘৰ, মাঘ, ঘাম, ঘিউঁ, ঘোচ চ: ঘোচ, চৰ, চৰাই, চল ছ: ছাগলী, ছাতি জ: জাঁহাজ, জল, লাজ ঝ: ঝাৰু ন্য: জিন্যা, নিন্যৰ ড: ডলা, ডিঙা ঢ: ঢল, ঢাৰি ণ: কাণ, ঝৰণা প: পল, পৰ, পখিলা

পাঠ ৬

ফ: ফল, ফুপুলা, ফাকু, ফাগু ভ: ভাল, লাভ, শুভ য: যশ, শুযশ, যাম ক্ষ: ক্ষমতা, ক্ষণ ড়: ষাড়, হাড়, কাঁড় ঢ়: বুঢ়া য়: জয়, লয়, কায়া ৎ: উৎপাত, উৎস ং: খং, বংগ, ঢং, ৰং


পাঠ ৭

্‌: বিৱৰণ আৰু উদাহৰণ (ক্‌খ, প্‌জ) য-কাৰ: বাক্য, খ্যাতি, ভোজ্য ব-কাৰ: পৰিপক্ব, বাগ্বিবাদ, স্বাভিমান, জ্বৰ ন-কাৰ: মগ্ন, ৰত্ন, স্বপ্ন, ঘ্ন ল-কাৰ: ক্লেষ, গ্লাছ ম-কাৰ: ৰুক্মিণী, বাগ্ময়, আত্মা স-কাৰ: পুৰস্কাৰ, স্প

পাঠ ৮

ৰেফ: অৰ্ক, মূৰ্খ, মাৰ্গ, মাৰ্জনা, সৰ্প, ৰ্ৰ ৰ-কাৰ: গ্ৰহ, শ্ৰম, বজ্ৰ, ভদ্ৰ, প্ৰণাম, প্ৰমাণ, প্ৰযোজ্য ৰু-কাৰ: শ্ৰুতি, দ্ৰুত, ধ্ৰুং ৰূ-কাৰ: গ্ৰূপ ক্ৰ: ক্ৰম, বক্ৰ, চক্ৰ, ক্ৰূঢ় ত্ৰ: ত্ৰাণ, পত্ৰ, একত্ৰ, গোত্ৰ, সত্ৰ, শত্ৰু, ত্ৰুটি, ত্ৰূ ভ্ৰ: শুভ্ৰ, ভ্ৰূণ, ভ্ৰু

পাঠ ৯

ক্ক: মক্কা গ্গ: মাগ্গ চ্চ: উচ্চ, সৰ্বোচ্চ ছ্ছ: ছ্ছ জ্জ: সজ্জা ট্ট: ভট্ট ড্ড: আড্ডা ণ্ণ: আষণ্ণ ত্ত: মত্ত, সত্তা, উত্তম দ্দ: গদ্দা ন্ন: প্ৰসন্ন, অন্ন প্প: অ'প্প' ব্ব: আব্বা ম্ম: আম্মা য্য: সাহায্য, ঐশ্বৰ্য্য ৰ্ৰ: ৰ্ৰ ল্ল: কল্লোল, উল্লাহ

পাঠ ১০

ক্ট: ডাক্টৰ, এক্টৰ ক্ল: ক্লেষ, শুক্ল ক্ষ: ক্ষমতা, ক্ষমা ক্স: বক্স গ্ধ: দুগ্ধ, মুগ্ধ গ্ল: গ্লানি, গ্লাছ চ্ছ: ইচ্ছা, অচ্ছাদন জ্ঞ: জ্ঞান, প্ৰজ্ঞা, জিজ্ঞাসা ঞ্চ: বাঞ্চা, অঞ্চল ঞ্ছ: চঞ্ছল ঞ্জ: প্ৰাঞ্জল, অঞ্জলী ঞ্ঝ: আঞ্ঝা

পাঠ ১১

ত্থ: উত্থান ত্ম: আত্মা দ্ধ: উদ্ধাৰ, প্ৰসিদ্ধ ন্ত: শান্ত, মান্তি ন্থ: মন্থন, গ্ৰন্থ ন্দ: বান্দৰ, নন্দন ন্ধ: কান্ধ, সিন্ধু প্ট: আপ্টে প্ত: আপ্ত, গুপ্ত ব্জ: চব্জি ব্দ: শব্দ, শকাব্দ ব্ধ: স্তাব্ধ

পাঠ ১২

ম্প: কম্পিত, অনুকম্পা ম্ফ: ইম্ফল ম্ভ: সম্ভাৰ ল্ক: যাজ্ঞবল্ক, উল্কা ল্গ: ফল্গু ল্প: কল্প ষ্ক: চতুষ্ক ষ্ট: অষ্ট, মুষ্টি ষ্ঠ: ষষ্ঠ, জ্যেষ্ঠ ষ্প: বাষ্প ষ্ফ: ষ্ফূৰ্তি ষ্ম: ঊষ্ম